Art, asked by himakhiSM, 11 months ago

কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?​

Answers

Answered by madhubhushan19
8

Answer:

১)কবিতাত বহুতো ভাৱ নিহিত হৈ থকা দেখা যায়। আনহাতে কথা কবিতাত মাত্ৰ এটা ভাৱ নিহিত হৈ থকা দেখা যায়।

২) কবিতা ছন্দোবদ্ধ। কিন্তু কথা কবিতা ছন্দোবদ্ধ নহয়।

Answered by Rameshjangid
0

Answer:

১)কবিতাত বহুতো ভাৱ নিহিত হৈ থকা দেখা যায়। আনহাতে কথা কবিতাত মাত্ৰ এটা ভাৱ নিহিত হৈ থকা দেখা যায়। ২) কবিতা ছন্দোবদ্ধ। কিন্তু কথা কবিতা ছন্দোবদ্ধ নহয়।

Explanation:

Step : 1 উত্তৰঃ যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় । (ড) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া কোন ?কথা কবিতা এক প্রকাৰৰ কবিতাই । ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয় । কথাকবিতা পদ্যময় ৰচনা । কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি ।

Step : 2  ( খ ) ব্যক্তিনিষ্ঠ কবিতা :- যি কবিতাত কবিয়ে আপোন মনৰ ভাব অনুভূতি আৰু অভিজ্ঞতাক ৰূপায়িত কৰে তেনে কবিতাক ব্যক্তিনিষ্ঠ কবিতা বোলা হয় । এনে কবিতাৰ পৰিসৰ ব্যাপক ভাব – অনুভূতিয়ে প্রধান হোৱা বাবে এনে কবিতাবোৰ নাতিদীর্ঘ হয় । ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলিও কোৱা হয় ।

Step : 3 কাব্য বা কবিতা (গ্রীক পোয়েসিস, "মেকিং" থেকে উদ্ভূত) এমন এক ধরনের সাহিত্য যা নান্দনিক এবং অনেকাংশে ছন্দময় ভাষার গুণাবলিকে ব্যবহার করে - যেমন ধ্বনিতত্ত্ব, শব্দ প্রতীকবাদ এবং মিটার − ভাষায় অর্থকে আরও প্রানবন্ত করার জন্য সংযোজন, বা এর জায়গায়, একটি প্রসায়িক দৃশ্যমান অর্থকে প্রকাশ করে।

To learn more about similar questions visit:

https://brainly.in/question/16177741?referrer=searchResults

https://brainly.in/question/16177741?referrer=searchResults

#SPJ3

Similar questions