World Languages, asked by parthasaikia, 1 year ago

পাঁচনি ক্ৰিয়া কাক বোলে?​

Answers

Answered by kushalnath125
0

Answer: যি ক্ৰিয়াই আনক পাঁচি বা আনৰ হতুৱাই কোনো কাৰ্য্য সম্পাদন কৰোৱা বুজায়, তাক পাঁচনী ক্ৰিয়া বোলে ।

উদাহৰণ: "মই কিতাপ পঢ়িছোঁ ।"- সাধাৰণ ক্ৰিয়া ।

"মই তাক কিতাপ পঢ়াইছোঁ ।" - পাঁচনী ক্ৰিয়া ।

Similar questions