World Languages, asked by isha13026, 10 months ago

গংগা শব্দৰ সমাৰ্থক শব্দ​

Answers

Answered by sukantkumar
1

in bangali language

গঙ্গা ভারতের একটি বিখ্যাত ও পবিত্র নদী

in English

A ganga is a famous and holy river of India


isha13026: I know that
sukantkumar: then why are you ask
isha13026: I asked for the synonyms of Ganga in bengali
Answered by Ritiksuglan
1

Answer:

in bangali language

গঙ্গা ভারতের একটি বিখ্যাত ও পবিত্র নদী

in English

A ganga is a famous and holy river of India

শব্দ হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান[2]। শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান৷ এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়৷ অভিধানখনৰ মূল প্ৰকল্পটো আৰম্ভ কৰিছিল আবু ধাবিত থকা জেষ্ঠ্য পেট্ৰ'লিয়াম অভিযন্তা বিক্ৰম এম. বৰুৱাই৷ পিছলৈ বিভিন্ন ঠাইৰ ব্যক্তিয়ে এই প্ৰকল্পত অংশ গ্ৰহণ কৰে আৰু স্বেচ্ছামূলকভাৱে কাম কৰি আছে৷[3][2][4] বৰ্তমান শব্দক মুনাফাহীন অনুস্থান ৰূপে ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/35 নম্বৰত পঞ্জীয়ন কৰা হৈছে আৰু গুৱাহাটী বেলতলাৰ অশোক পথৰ ২০ নম্বৰ ঘৰত ইয়াৰ স্থায়ী কাৰ্যালয় নিৰ্মান কৰা হৈছে৷.......

Similar questions