Social Sciences, asked by borahdoli613, 1 year ago

পঞ্চায়তী ৰাজ ব্যবস্থা ৰ বিষয়ে আলোচনা কৰা

Answers

Answered by koushik836
6

Answer:

১৯৭২ চনৰ অসম পঞ্চায়তী ৰাজ আইনঃ

অসমত দ্বিতীয়খন পঞ্চায়তী ৰাজ আইন ১৯৭২ চনত গৃহীত হয়। এই আইন স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে অসমৰ চাহ বাগানসমূহকে ধৰি সমগ্ৰ অঞ্চলৰ বাবে বলবত্ কৰা হয়। এই আইনৰ প্ৰধান বিশেষত্ব এয়ে যে পূৰ্বৰ তিনি তৰপীয়া কৰ্তৃপক্ষৰ সলনি ইয়াত দুই তৰপীয়া কৰ্তৃপক্ষ কৰা হয়। এই কেইটা হৈছে নিম্ন পৰ্যায়ত গাওঁ পঞ্চায়ত আৰু উচ্চ পৰ্যায়ত মহকুমা পৰিষদ। পূৰ্বৰ আইন মতে ইয়াৰ মধ্যৱৰ্তী পৰ্যায় স্বৰূপে থকা আঞ্চলিক পৰ্যায়ত বিলুপ্ত কৰা শিক্ষা আৰু সংস্কৃতিমূলক ক্ৰিয়াসমূহ তলত উল্লেখ কৰা হৈছে।

গাওঁ পঞ্চায়তৰ কৰ্তব্যঃ

১। গাঁৱলীয়া অঞ্চলৰ লোকসকলৰ উপকাৰৰ বাবে ৰেডিঅ’-চেট্ পৰিচালনা কৰা আৰু গ্ৰাম্য শ্ৰোতাসকলৰ সামাজিক কেন্দ্ৰ সুসংগঠিত কৰা।

২। পুথিভঁৰাল আৰু অন্যান্য শিক্ষা কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।

৩। কলা আৰু সংস্কৃতিৰ উত্কৰ্ষ সাধনৰ বাবে নাট্যশালা আৰু অৱসৰ বিনোদনৰ কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।

৪। খেলা-ধূলা আদি জনপ্ৰিয় কৰি তোলা আৰু তাৰ বাবে সংঘ বা কেন্দ্ৰ আদি স্থাপন কৰা।

৫। ৰাষ্ট্ৰীয় সপ্তাহ অথবা দিৱস আদি উদযাপন কৰা

১৯৮৬ চনৰ অসম পঞ্চায়তী ৰাজ আইনঃ

১৯৭২ চনৰ পঞ্চায়তী ৰাজ আইনখন আৱশ্যকীয় সংশোধন কৰিবৰ বাবে ১৯৮৬ চনত তৃতীয়খন পঞ্চায়তী ৰাজ আইন গৃহীত কৰা হয়। অসমৰ স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে সমগ্ৰ অসমৰ গ্ৰাম্য অঞ্চলৰ বাবে এই আইন কাৰ্যকৰী কৰা হয়। এই আইনৰ উল্লেখযোগ্য সংশোধন হৈছে পূৰ্বৰ দুই তৰপীয়া স্থানীয় কৰ্তৃপক্ষৰ শাসন ব্যৱস্থা প্ৰচলন কৰা হয়। এই কেইটা হৈছে- গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ। এই তিনি তৰপীয়া পঞ্চায়তৰ কাৰ্যকলাপো নিম্নলিখিতভাৱে নিৰ্ধাৰণ কৰা হল

গাওঁ পঞ্চায়তৰ দায়িত্বঃ

ক। পুথিভঁৰাল, পাঠাগাৰ, সংঘ অথবা অৱসৰ সময় বিনোদনৰ বাবে খেলা-ধূলাৰ স্থান নিৰ্ণয়, স্থাপন আৰু পৰিচালনা কৰা।

খ। গ্ৰাম্য ক্ৰীড়া জনপ্ৰিয় কৰি তোলা, জাতীয় আৰু জনসাধাৰণৰ উত্সৱ পৰ্ব আদি সংগঠন আৰু উদযাপন কৰা।

গ। মজলীয়া ইংৰাজী আৰু মজলীয়া দেশীয় ভাষাৰ স্কুল পৰ্যায়লৈকে শিক্ষা বিস্তাৰ কৰা।

ঘ। যুৱক সংঘ আৰু অন্যান্য অৱসৰ সময় বিনোদনৰ স্থানসমূহ স্থাপন আৰু তাৰ পৰিচালনা কৰা।

ঙ। কলা-সংস্কৃতি আদিৰ বিকাশ সাধনৰ বাবে নাট্যশালা স্থাপন আৰু তাৰ পৰিচালনা কৰা।

Answered by dualadmire
2

গ্রামীণ উন্নয়নের জন্য ভারতীয় প্রশাসনের একটি ত্রি-স্তরীয় কাঠামোকে পঞ্চায়েতি রাজ বলা হয়। পঞ্চায়েতি রাজের লক্ষ্য হল জেলা, অঞ্চল এবং গ্রামগুলিতে স্থানীয় স্বায়ত্তশাসনের বিকাশ করা।

বৈশিষ্ট্য

  1. গ্রামসভা: গ্রামসভা হল পঞ্চায়েতি রাজ ব্যবস্থার প্রাথমিক সংস্থা। এটি পঞ্চায়েতের এলাকার মধ্যে সমস্ত নিবন্ধিত ভোটারদের নিয়ে গঠিত একটি গ্রাম বিধানসভা। এটি ক্ষমতা প্রয়োগ করবে এবং রাজ্য আইনসভা দ্বারা নির্ধারিত এই জাতীয় কার্য সম্পাদন করবে। প্রার্থীরা গ্রাম পঞ্চায়েত এবং গ্রাম পঞ্চায়েতের কাজের কাজগুলি উল্লেখ করতে পারেন।
  2. ত্রি-স্তরীয় ব্যবস্থা: এই আইনটি রাজ্যগুলিতে (গ্রাম, মধ্যবর্তী এবং জেলা পর্যায়ে) পঞ্চায়েতি রাজের ত্রি-স্তরীয় ব্যবস্থা প্রতিষ্ঠার বিধান দেয়। ২০ লক্ষেরও কম জনসংখ্যার রাজ্যগুলি মধ্যবর্তী স্তর গঠন করতে পারে না।
  3. সদস্য ও চেয়ারপার্সন নির্বাচন: পঞ্চায়েতি রাজের সকল স্তরের সদস্যরা সরাসরি নির্বাচিত হন এবং মধ্যবর্তী ও জেলা স্তরের চেয়ারপার্সনরা নির্বাচিত সদস্যদের কাছ থেকে পরোক্ষভাবে নির্বাচিত হন এবং গ্রাম পর্যায়ে চেয়ারপার্সন রাজ্য সরকার কর্তৃক নির্ধারিত হিসাবে নির্বাচিত হন।
  4. অর্থ কমিশন: রাজ্য অর্থ কমিশন পঞ্চায়েতের আর্থিক অবস্থা পর্যালোচনা করে এবং পঞ্চায়েতে সম্পদ সম্পূরক করার জন্য প্রয়োজনীয় পদক্ষেপের জন্য সুপারিশ সরবরাহ করে।
  5. অ্যাকাউন্টের অডিট: রাজ্য আইনসভা পঞ্চায়েত অ্যাকাউন্টগুলির রক্ষণাবেক্ষণ ও নিরীক্ষণের জন্য বিধান করতে পারে।

Similar questions