ভাৰতৰ সংবিধান বৈশিষ্ট্য সমূহ
Answers
Answered by
3
type in english......
Answered by
0
Answer:
ভাৰতীয় সংবিধানখনক ধাৰ কৰা সংবিধান বুলি কোৱা হয় ,কাৰণ ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে বিভিন্ন দেশৰ সংবিধানৰ সহায় লোৱা হৈছে।সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছিল।
Explanation:
ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ-
১)লিখিত সংবিধান
২)দীৰ্ঘতম সংবিধান
৩)নমনীয় আৰু দৃঢ় সংবিধান
৪)মৌলিক অধিকাৰ
৫)মৌলিক কৰ্তব্য
৬)ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি
৭)প্ৰস্তাৱনা
৮)একক নাগৰিকত্ব
৯)গণৰাজ্যৰ ব্যৱস্থা
১০)ধৰ্মনিৰপেক্ষতা
১১)সমাজবাদী ৰাষ্ট্ৰ
১২)ক্ষমতাৰ বিভাজন
১৩)ন্যায়পালিকাৰ স্বাধীনতা
১৪)সংসদীয় চৰকাৰ
১৫)জৰুৰীকালীন ব্যৱস্থা
ওপৰত উল্লেখ কৰাৰ ধৰণেৰে আমাৰ সংবিধান বিভিন্ন বৈশিষ্ট্যৰে পৰিপূৰ্ণ।
Similar questions
Math,
8 months ago
Math,
8 months ago
Social Sciences,
1 year ago
History,
1 year ago
Biology,
1 year ago