ভাষাৰ এটা সঙ্গা দিয়া?
Answers
Answered by
3
Answer:
মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। আমাৰ পাৰস্পৰিক বুজা-পৰা আৰু ভাব-অনুভূতিৰ আদান-প্ৰদানৰ বাবে ভাষাই হৈছে একমাত্ৰ নিৰ্ভৰযোগ্য মাধ্যম ।
Similar questions