History, asked by priyodorsini9333, 10 months ago

মানসকল কেতিয়া অসমৰ পৰা যাব লগা হৈছিল আৰু তাৰ কি ফল হৈছিল |​

Answers

Answered by Shahinshah
11

Explanation:

১৮২৬ চনত য়াণ্ডাবু সন্ধিৰ পিছত মানসকলে অসমৰ পৰা যাব লগা হৈছিল ।

ইয়াৰ মূখ্য ফলাফল আছিল ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ইয়াত বৃটিছ সাম্ৰাজ্যৰ পাতনি মেলা ।

Similar questions