১। ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে চমুকৈ লিখা।
Answers
Answered by
3
Explanation:
অৰুণাচল প্ৰদেশ ভাৰত গণৰাজ্যৰ এখন ৰাজ্য। এইখন উত্তৰ-পূব ভাৰতত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংষ্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ "[4] উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়।[5] ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল")। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দিত্বীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে।
Answered by
2
Answer:
Explanation:১৯৫২-৫৩ চনৰ মুডালিয়ানৰ আয়োগ দুটা উদেশ্য লিখা
Similar questions