Science, asked by jyotishmoy10, 9 months ago

বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
লিখা। বেদ্যুতিক জেনেৰেটৰ এটাৰ পৰা প্রত্যক্ষ প্রবাহপাবৰ কাৰণে তুমি কি ব্যৱহাৰ।
কৰিবা?​

Answers

Answered by nilutpalgogoi314
3

Answer:

বৈদ্যুতিক জেনেৰটৰৰ মূল নীতি হল যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তি লৈ ৰূপান্তৰ কৰা।

Similar questions