Chemistry, asked by monisha545432, 11 months ago

সম্রান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?​

Answers

Answered by hemantabaruah23
14

Answer:

সম্রান্ত গেছবােৰ অতি নিষ্ক্ৰিয় আৰু এইবোৰ বায়ুমণ্ডলত অতি কম পৰিমাণে পোৱা যায় লগতে সম্রান্ত গেছবােৰ বহু পিছত আবিষ্কাৰ হৈছিল সেইবাবে সম্রান্ত গেছবােৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছিল।

mark this answer as Brainlist

Similar questions