Economy, asked by sagarsharma62, 9 months ago


ৰাষ্ট্ৰীয় আয় গণনাতনিম্নলিখিত সমূহৰ ভূমিকা ব্যাখ্যাক।
(১) নিজস্ব প্রতিষ্ঠানত পৰিয়ালৰ সদস্যসকলে আগবঢ়োৱা শ্রম

Answers

Answered by radha8265
0

Answer:

অৰ্থনীতি (ইংৰাজী: Economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাব পুৰণ অৰ্থনীতিৰ মুল বিষয়।

অৰ্থনীতি শব্দটো ইংৰাজী 'Economics' শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে 'Economics' শব্দটো গ্ৰিক শব্দ 'Oikos' অৰ্থাৎ পৰিয়াল আৰু 'Nomos' অৰ্থাৎ পৰিচালনা কৰা শব্দদুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা 'Oekonomos'-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ঘৰ এখন পৰিচালনা কৰা। অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালিত কৰা ধাৰণাটোৰ পৰাই 'অৰ্থনীতি' বা অৰ্থবিজ্ঞানৰ উৎপত্তি[1]।

Similar questions