৮। ব্যাখ্যা কৰা ঃ
. (ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গ
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলােতে যেন
দেৱতাৰ মহা অভিযান।
. (খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্রি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র।
| উঠা যত মুক্তি পথযাত্রী।
(গ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ!
সুন্দৰৰ কৰা ৰূপধ্যান।
Answers
Answered by
12
Handwriting বেয়া মোৰ... বুজি পাবা বুলি আশা কৰিলো ^^"
জয় আই অসম..
Best of luck.... ♥️
Attachments:
Similar questions