সবচেয়ে ছোট অখন্ড সংখ্যা কি
Answers
Answered by
0
যিবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "অখণ্ড সংখ্যা" বোলা হয়।[1] যেনে:- ১, -৭, ১৪ ইত্যাদি। ৯.৭৫, 5½, √2 আদি অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যাৰ সংখ্যা অসীম।

অখণ্ড সংখ্যাৰ সংহতিটো বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন
শূন্যক বাদ দি বাকী স্বাভাবিক সংখ্যাবোৰক "ধনাত্মক অখণ্ড সংখ্যা" (ইংৰাজী: Positive Integers) বুলি কোৱা হয়। প্ৰত্যেক ধনাত্মক অখণ্ড সংখ্যাৰ এটি আৰু একমাত্ৰ "ঋণাত্মক বিপৰীত" (ইংৰাজী: Negative Integers) সংখ্যা পোৱা যায়। এই দুই সংখ্যাৰ (ধনাত্মক আৰু ঋণাত্মক) যোগফল শূন্য হয়। ধনাত্মক অখণ্ড সংখ্যাবোৰৰ ঋণাত্মক বিপৰীত সংখ্যাবোৰক কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা।
ধনাত্মক অখণ্ড সংখ্যা, ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্য, এই তিনিপ্ৰকাৰৰ "অখণ্ড সংখ্যা" আছে। "ধনাত্মক অখণ্ড সংখ্যা" আৰু "শূণ্য"ক একেলগে পূৰ্ণ সংখ্যা বোলে।
অখণ্ড সংখ্যাৰ সংহতিটোক Z (বা {\displaystyle \mathbb {Z} }, ইউনিক'ডত U+2124 ℤ) ৰে বুজোৱা হয়। এই Z আখৰটো জাৰ্মান ভাষাৰ Zahlen (উচ্চাৰণ [ˈtsaːlən]) শব্দটোৰ পৰা আহিছে, ইয়াৰ অৰ্থ হ'ল সংখ্যা।[2]
mark me as brainliest.. it's urgent
and also follow me

Similar questions