India Languages, asked by jugalkishurnath, 1 year ago

চাৰি আশ্ৰম বুলিলে কি বুজা?​

Answers

Answered by pmisang193
3

Explanation:

ভাৰতীয় আৰ্দশত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে ।উক্ত স্তৰ চাৰিটাকে চাৰি আশ্ৰম বোলা হয় ।এই চাৰি আশ্ৰম হৈছে-ব্ৰক্ষ্মচৰ্য,গাৰ্হস্হ্য,বানপ্ৰস্থ আৰু সন্যাস ।

Answered by poonammishra148218
0

Answer:

চাৰি আশ্ৰম কি কি? উত্তৰঃ চাৰি আশ্ৰম হ'ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

Explanation:

(ঝ) প্ৰকৃত ত্যাগ মানে কি বুজা? উত্তৰঃ সংযতভাবে জীৱন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকা বা সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱায়েই হৈছে- প্ৰকৃত ত্যাগ । প্রকৃততে ত্যাগ হ'ল- থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা ।\sউত্তৰঃ পঞ্চপুষ্প পুথিখনৰ ৰচক হৈছে তীৰ্থনাথ শৰ্মা। ৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি বুলি অভিহিত কৰিছে। উত্তৰঃ কৰ্ম কৰা কৌশলক ভগৱদগীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰিছে।\sযদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি ।\s “শ্রদ্ধয়া দেয়ম” অশ্রদ্ধয়া অদেয়ম মানে কি? উ : 'শ্ৰদ্ধয়া দেয়ম' অর্থাৎ শ্ৰদ্ধাৰে দান কৰিবা। 'অশ্রদ্ধয়া অদেয়ম', অর্থাৎ অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয়, এনেভাৱত দান কৰা নকৰাৰ সমান।\sচাৰি আশ্ৰম কি কি? উত্তৰঃ চাৰি আশ্ৰম হ'ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস

To learn more about similar question visit:

https://brainly.in/question/35822517?referrer=searchResults

https://brainly.in/question/46337131?referrer=searchResults

#SPJ6

Similar questions