Social Sciences, asked by moonbora194, 11 months ago

১। হৰপ্পা সভ্যতাৰ আনটো নাম কি?​

Answers

Answered by Anonymous
7

১) প্ৰশ্ন : হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা।

২) প্ৰশ্ন: আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।

৩) প্ৰশ্ন : আৰ্যসকলে প্ৰ্ৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?

উত্তৰ : ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

৪) প্ৰশ্ন : মগধ সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ : ৰজা বিম্বিসাৰ।

৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২১।

Similar questions