Political Science, asked by mukeshbimali2000, 11 months ago

প্রশ্ন ১: কোন চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল ?​

Answers

Answered by RomanReings23
1

Answer:

ৰাষ্ট্ৰসংঘ-ৰ অৱস্থান. ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক মানচিত্ৰ খনত সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে. মুখ্য কাৰ্যালয়, নিউয়ৰ্ক মহানগৰ (আন্তঃৰাষ্ট্ৰীয় অঞ্চল) ... ১৯৪৫ চনৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে সুৰক্ষা পৰিষদৰ পাঁচখন স্থায়ী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, যুক্তৰাজ্য, ফ্ৰান্স আৰু চীনৰ লগতে প্ৰায় ৫০ খন ৰাষ্ট্ৰৰ ... ৰাষ্ট্ৰসংঘৰ প্ৰধান ৬টা অংগ হৈছে: সাধাৰণ পৰিষদ (UN General Assembly), নিৰাপত্তা পৰিষদ (UN Security Council).

Answered by hemantabaruah23
0

Answer:

১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্র সংঘৰ (United Nations) ৫১খন ৰাষ্ট্রৰ সমর্থনত গঠন হৈছিল।

mark this answer as Brainlist answer

Similar questions