World Languages, asked by tirbir, 10 months ago

ভাৱ বিশ্লেষণ কৰা-- মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। যেনে শালে শলৰ লগত দৰিকাৰ টপালি।।​

Answers

Answered by bakanmanibalamudha
9

Answer:

Hope it helps you

Explanation:

আজান ফকিৰ- ( Ajan Fakir or Shah Miran )এজন প্ৰায় ১৬-১৭ খ্ৰীষ্টাব্দৰ ইছলাম ধমী সাধু আৰু ধৰ্ম প্ৰচাৰক। তেখেত আজান পীৰ, হজৰত শ্বাহ-মিৰান” বা শ্বাহ-মিলান নামেৰেওজনাজাত। বহুতে কব খুজে যে তেও আৰব দেশৰ বাগদাদৰ পৰা নতুবা আজমীৰৰ আহি অসমৰ শিৱসাগৰত ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল।অসমৰ বৈঞ্চৱ ধৰ্মৰ লগত আজান ফকিৰৰ প্ৰচাৰিত পন্থাৰ বহু খিনি মিল দেখা পোৱা যায়. সাধাৰণ লোকৰ বিশ্বাস মতে তেও ৰছনা কৰা“জিকিৰ” প্ৰায় ১৬৩৪-১৭৩৪ খ্ৰীষ্টাব্দৰ সময়ৰ বুলি অনুমান কৰিব পৰা যায়য়ত অনেক জিকিৰত লোকগীতৰ আৰু বৈঞ্চৱ সাহিত্যৰ চাপ পোৱা যায়. “জিকিৰ” শব্দৰ উৎপত্তি হল জিকৰ নামৰ শব্দৰ পৰা৷ ইয়াৰ মূল অৰ্থ হল আল্লাৰ নাম পুনঃ পুনঃ গুনানু-কীৰ্তন কৰা।হিন্দুৰ ভত্তিমূলক প্ৰাৰ্থনা বা স্ত্ত্তিমূলক গীতবোৰক ইচলাম সকলৰ “জিকিৰ” লগত তুলনা কৰিব পাৰি৷ইয়াক ইচলাম সকলৰ ভকতীয়া গীত বুলি কব পাৰি৷ইচলাম ধৰ্ম মূল বিষয়বোৰ এইগীতৰ মাজত নিহিত হৈ আছে। ডক্টৰ সূয্যকুমাৰ ভূঞাৰ ৰচিত বুৰঞ্জীৰ পাঠ লুতিয়ালে আমি পাম যে ১৬৮১-১৬৯৬ খ্ৰীষ্টাব্দতআহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰজাৰ ৰাজত্ব কাল আছিল অসমত। এইৰজাৰ ৰাজত্ব কালতেই ৰুপাই দা-ধৰা নাম্ৰ এজনপৰোচনাত পৰি ১৬৮৪ চনত ধৰ্ম প্ৰচাৰকআজান ফকিৰচকু কাঢ়ে। পিছত স্বৰ্গদেউ গদাধৰ সিংহই আজান ফকিৰৰ ধৰ্মমাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ দিখৌমুখৰ চৰাগুৰি নামৰ ঠাইৰ চাপৰিত মাটি ভেটি দিয়ে। তাতেই ধৰ্ম প্ৰচাৰক আজান ফকিৰৰ মৃত্য হয়.

Please Mate mark my answer as Brainliest ...

Answered by abulhussain6812
2

Explanation:

আজান ফকিৰৰ গাৰা ৰচিত উক্ত কবিতা ফাকিৰ মাজেৰে মানৱ জীৱনৰ কথা কবলৈ বিচৰা হৈছে ৷ মক্কা হল এক পৱিত্ৰ অনুষ্টান ৷ আল্লাহ অর্থাৎ ভগরানৰ দৰ্শনৰ লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু তাৰ মাজেৰে জীরই অল্লাহৰ কোনো সন্ধান নাপায়। কিয়নো জীবন কালত যি এবাৰো আল্লাহৰ বা ভগৱানৰ নির্দেশ কৰা পথত খোজা দয়া নাই তেওঁক আল্লাই কাহানি বাই পৰিত্যাগ কৰিছে ৷ মানুহে ভ্রুল ধাৰনাৰ বশৱর্তী হৈ জীবনত এটাৰ পিছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভাৰ বাবে ৷ কিন্তু অসৎকাৰ্যত লিপ্ত হোৱা জনেমুখেৰে আল্লাৰ ললেই নাপায়। শাল আৰ শল মাছৰ লগত দৰিকা মাছৰ পৈলিয়ে যিদৰে প্রভাৱ পেলানোৱাৰে তেনেদৰে আল্লহক চিনি নাপায় তেওঁ মক্কালৈ গৈও অল্লাক বিচাষি নাপাই হাৱজৰিখাই ৷ দৰাচলতে বিশ্বাসী মুছলমানত অন্তরত আল্লাহ ৷

Similar questions