History, asked by wwwsaikia037, 10 months ago

ইতিহাস কাক বোলে?ইতিহাস আৰু বুৰঞ্জীৰ মাজত পাৰ্থক্য কি? ​

Answers

Answered by C9SHROUD
0

ইতিহাস আৰু বুৰঞ্জীৰ পাৰ্থক্যৰ বিষয়টো তেনেই সুক্ষ্ম ৷ ইতিহাস হ’ল পুৰণি কথা বা অতীতৰ ঘটনাৰ বিৱৰণ ৷ আকৌ বুৰঞ্জী হ’ল হৈ যোৱা ঘটনাৰ যথাযথ বৰ্ণনা বা ইতিবৃত্ত ৷

মোৰ উত্তৰটো BRAINLIEST বুলি MARK কৰিব ৷

Answered by hemantabaruah23
0

Answer:

ইতিহাস হৈছে পূর্বৰ ঘটনাসমূহৰ তথ্যৰ আবিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন ।

ইতিহাস আৰু বুৰঞ্জীৰ মাজৰ পাৰ্থক্য হ'ল :-

ইতিহাসত সকলো মানুহৰ আৰু সকলো ঘ্টনাৰ কথা উল্লেখ থাকে আনহাতে বুৰঞ্জীত কেবল এজন বিশেষ ব্যক্তিৰ বা এটা ৰাজবংশৰ কথা উল্লেখ থাকে।

mark this answer as Brainlist

Similar questions