Math, asked by abushamaa367, 9 months ago

চমু উত্তৰ দিয়া ।
(ক) জিকিৰৰ ৰচক কোন?
(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?
(গ) জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
। তলৰ শব্দবােৰৰ অর্থ লিখা ।
ৰছুল, মােমিন, ৰহম, কুটুব, বান্দা।
। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। ৩০ 24
যেনে শালে শলৈৰ লগত দৰিকাৰ উপালি।
– উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ​

Answers

Answered by XxCharmingGuyxX
9

Answer:

ক) জিকিৰৰ ৰচক শ্বাহ মিলান বা আজান ফকিৰ

খ) বৰগীতৰ বা কোনো হিন্দু ধৰ্মৰ ভক্তিমূলক গীতৰ সৈতে তুলনা কৰিব পাৰি

গ) আৰবী শব্দ জিকৰ পৰা

ৰচুল =দেবদূত

Similar questions