India Languages, asked by Manojlahari210, 8 months ago

কথা কবিতা বুলিলে কি বুজা ​

Answers

Answered by hemantabaruah23
0

Answer:

কথা কবিতা এক প্রকাৰৰ কবিতাই । ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয় । কথাকবিতা পদ্যময় ৰচনা । কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি ।

mark this answer as Brainlist

Similar questions