Social Sciences, asked by gobindobaskey3, 8 months ago

পৰিৱেশ শব্দটোক কি বুজায় ?

Answers

Answered by ankitgohain77
0

Answer:

তোমাৰ প্রশ্নটো ভুল যেন লাগিছে .

হয়তো তোমাৰ প্রশ্নটো এনে ধৰনৰ হ'ব লাগে. "পৰিৱেশ কাক বোলে ? ইয়াৰ উট্টৰ : আমাৰ চাৰিওফালে থকা সকলো বস্তো যেনে গছ, ঘৰ, পাহাৰ ,পৰ্বত আদিক একেলগে পৰিৱেশ বোলে.

I think it might help you.

Answered by gautamboro1212
0

আমি আমাৰ চাৰিওফালে যি দেখিবলৈ পাও তাকে পৰিৱেশ বুলি কোৱা হয়। উদাহৰণ : গছ - গছনি, বিভিন্ন জীব‌ - জন্তু, মাটি, পানী আৰু বায়ু।

Mark as Brainliest Answer...

Similar questions