Political Science, asked by singhrinky275, 7 months ago

‘অর্ধ যুক্তৰাষ্ট্র’ কাক বােলে ?​

Answers

Answered by XxCharmingGuyxX
3

Answer:

অর্ধ যুক্তৰাষ্ট্ৰ' কাক বােলে?

উত্তৰঃ যিবােৰ ৰাষ্ট্রৰ গঠন বৈশিষ্ট্যৰ পিনৰ পৰা যুক্তৰাষ্ট্র ।কিন্তু আদর্শত এককেন্দ্রিক তেনেকুৱা ৰাষ্ট্রক

'অর্ধযুক্তবাষ্ট্র বুলি কোৱা হয়।

অর্থাৎ অর্ধ যুক্তবাষ্ট্রৰ কেইবাটাও বৈশিষ্ট্য বিদ্যমান থকা সত্বেও

এককেন্দ্রিক চৰকাৰৰ বহুতাে বৈশিষ্ট্যও দেখা যায়। উদাহবণ স্বন্ধপে ভাৰতবর্ষক অর্ধযুক্তবাষ্ট্র বুলি ক'ব পাৰি।

Answered by parishmitad978Pari
3

Answer:

hope it is helpful ✌✨✌✨✌✨✌

Attachments:
Similar questions