India Languages, asked by wwwmonalishakhongia, 11 months ago

বণ কাক বোলে ? কেপৰকাৰৰ কি কি? লিখা. ​

Answers

Answered by yashasvipatwal
3

Answer:

অসমীয়া বৰ্ণমালা অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধমাতৃকা লিপি হৈ[3][4] নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা[5][6] বুলি মত পোষণ কৰে। ১৭ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি)[7][4] যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। একে উৎসৰ পৰাই উদ্ভৱ হোৱা সামান্য পৰিৱৰ্তিত ৰূপৰ লিপি বাংলা ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা লিখিবলৈও ব্যৱহাৰ কৰা হয়। আধুনিক অসমীয়া লিপি বাংলা লিপিতকৈ তিনিটা আখৰত পৃথক (ৰ, ৱ আৰু ক্ষ)[1]।

Explanation:

mark me as brainliest

Answered by Anonymous
2

aapuni axomiya neki.....moiu axom or pora

Similar questions