India Languages, asked by saikiada1974, 11 months ago


শিং
দলং
কলং
ওপৰৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা।​

Answers

Answered by Anonymous
7

ত্তৰ :

1. শিং → অসমীয়া মানুহে ম’হৰ শিং ব্যৱহাৰৰ কৰি পেপা সাজে ।

2. দলং→ নৰনাৰায়ণ দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰেদি গৈছে।

3. কলং → কলং উপনৈখন নগাঁও চহৰেদি বৈ গৈছে ।

অতিৰিক্ত কিছু তথ্য :

বাক্য ৰচনা কৰোঁতে আমি কিছুমান কথা মনত ৰাখে লগে :

  • বাক্যটো সদাই সৰল হব লাগে |
  • বাক্যটো যদি কিছুমান পৰম সত্য ( Universal truth) বুজাই তেতিয়া ভাল |
  • ওপৰত লিখা প্ৰতিটো বাক্য একোটা পৰম সত্য বুজাইছে |
  • বাক্য ৰচনাত যিটো শব্দৰে ৰচনা কৰিব দিয়ে তাক সদাই নিম্নৰেখা (underline) কৰা ভাল |

Answered by XxCharmingGuyxX
18

উত্তৰ ⤵️

  • শিং = অসমীয়া মানুহে বিহুত মহৰ শিঙৰ পেপা বজায়।
  • দলং= শৰাইঘাটৰ দলংখন বৰ দীঘল
  • কলং= আমাৰ ঘৰৰ কাষতে কলং নৈ পাৰ হৈ গৈছে।
Similar questions