Environmental Sciences, asked by heerok004das, 11 months ago

৩। প্রকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?​

Answers

Answered by DeViL1455
3

Answer: উত্তৰঃ পাহীহঁত নগৰত বাস কৰে যদিও প্রকৃতিৰ সুন্দৰ নিয়মবােৰে পাহিক বৰকৈ আকৃষ্ট কৰে । প্রতিজোপা গছৰ ৰং ভিন্ন , পাতৰ আকাৰ ভিন্ন , তামােল গছৰ কাষতে আমগছ  জোপাৰ চেহেৰাৰ মিল নাই , দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা – উচৰিকৈ মিলা – প্ৰীতিৰে থাকে । আকৌ কলগছ জোপাৰ কাষতে থাকে নেমুজোপা , নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায় । প্রকৃতিৰ এই সুন্দৰ নিয়মবােৰ গছবােৰে মানি চলে ৷ সেইবাবেই প্রকৃতিৰ এই নিয়মবােৰে পাহিক আকৃষ্ট কৰে ।

Similar questions