দুটা অনুকাৰ শব্দ লিখা।
Answers
Answered by
2
Answer:
শব্দ হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান[2]। শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান৷ এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়৷ অভিধানখনৰ মূল প্ৰকল্পটো আৰম্ভ কৰিছিল আবু ধাবিত থকা জেষ্ঠ্য পেট্ৰ'লিয়াম অভিযন্তা বিক্ৰম এম. বৰুৱাই৷ পিছলৈ বিভিন্ন ঠাইৰ ব্যক্তিয়ে এই প্ৰকল্পত অংশ গ্ৰহণ কৰে আৰু স্বেচ্ছামূলকভাৱে কাম কৰি আছে৷[3][2][4] বৰ্তমান শব্দক মুনাফাহীন অনুস্থান ৰূপে ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/35 নম্বৰত পঞ্জীয়ন কৰা হৈছে আৰু গুৱাহাটী বেলতলাৰ অশোক পথৰ ২০ নম্বৰ ঘৰত ইয়াৰ স্থায়ী কাৰ্যালয় নিৰ্মান কৰা হৈছে৷
Similar questions
Social Sciences,
4 months ago
Math,
4 months ago
Math,
9 months ago
English,
9 months ago
Geography,
1 year ago