English, asked by karankoushiknath, 7 months ago

. পোহৰৰ অবতন
কাক বােলে?

Answers

Answered by Anonymous
2

Answer:

I understood three languages only bro

hindi

English

bhojpuri

Answered by ajitdas197
1

Answer:

ভেকুৱাম(বা শূন্যস্থান)ত পোহৰৰ বেগ, যাক সাধাৰণতে c ৰে বুজোৱা হয়, পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক ভৌতিক ধ্ৰুৱক। ইয়াৰ মান সঠিকভাবে ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক সংজ্ঞাবদ্ধ কৰা হয়। মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড।

Explanation:

HOPE THIS WILL HELP YOU

PLEASE MARK ME AS THE BRAINLIEST AND FOLLOW ME.

Similar questions