Science, asked by karankoushiknath, 10 months ago

৫. পােহৰৰ অৱতন কাক বােলে ।​

Answers

Answered by siddhant1976
2

hey user , I don't know the answer of this question

Answered by Anonymous
0

Answer:

পোহৰৰ বেগ:

Explanation:

ভেকুৱাম(বা শূন্যস্থান)ত পোহৰৰ বেগ, যাক সাধাৰণতে ৰে বুজোৱা হয়, পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক ভৌতিক ধ্ৰুৱক। ইয়াৰ মান সঠিকভাবে ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক সংজ্ঞাবদ্ধ কৰা হয়। মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড।

Similar questions