India Languages, asked by manihaloi0987, 7 months ago

৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?​

Answers

Answered by hemantabaruah23
3

Answer:

১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাত চৌৰীচৌৰাৰ ঘটনা সংঘটিত হৈছিল।

mark this answer as Brainlist

Similar questions