চমুটোকা লিখা : ১) মিচিং ২) দেউৰী ৩) জলবিদ্যুৎ ৪) সাঁচিপাত ৫) অৰ্থাব বেদ
Answers
Answered by
4
Answer:
দেউৰীসকল:-
মঙ্গোলয়ড নৃ-গোষ্ঠীৰ অন্তৰ্গত দেউৰীসকল উত্তৰ পূৱ - দিশৰ পৰা অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলৰ বৰ্তমান অৰুণাচলৰ নামনি শদিয়া অঞ্চলতেই দেউৰীসকল বহু বছৰ ধৰি বসৱাস কৰি আছিল । কালক্ৰমত কৃষি ভূমিৰ সন্ধানত বা আন বিভিন্ন কাৰণত লুইতৰ বুকুৱেদি ভটীয়াই আহি বৰ্তমান শিৱসাগৰ, লখিপুৰ ,মাজুলি,ধেমাজি আদি জিলাসমূহৰ নৈপৰীয়া অঞ্চলত বসবাস কৰিবলৈ লয়। দেউৰী ভাষা মুলতঃ চীন - তিব্বতীয় ভাষাগােষ্ঠীৰ তীৰ্বত বৰ্মী ভাষা - পৰিয়ালৰ বড়ো শাষাৰ অন্তৰ্গত । দেউৰীসকল বৰ ধর্মবিশ্বাসী লােক । তেওঁলােকে , ' কুন্দি'ধৰ্মক বিশ্বাস কৰে । দেউৰকল সৰুতে কৃষিজীবী লোক । তেওঁলােকৰ জীৱন আৰু জীবিকা খেতিৰ ওপৰতেই বহু পৰিমাণে নিৰ্ভৰশীল । ধান , মাহ , সৰিয়হ , মৰাপট আৰু বিভিন্ন শাক-পাচলিৰ খেতি দেউৰীসকলে কৰে
Similar questions