English, asked by bokulbokul994, 8 months ago

(ক) নৰকাসুৰ কোন আছিল​

Answers

Answered by king304
3

ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ) অসুৰ পুত্ৰ। বিদেহৰ (উত্তৰ বিহাৰ) ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল।[1] তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল। পশ্চিমে কৰতোৱাৰ পৰা পূবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল।[2] তেওঁ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া পাতিছিল। পাছলৈ শ্ৰীকৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হয়।

HOPE IT HELPS YOU

MARK AS BRAINLIEST

Answered by ManabJBhuyan
0

Answer:

অ বোপাই নৰকাসুৰ এটা অসুৰ আছিল।

মোক brainleast mark kori diba

Similar questions