ক) গােলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা? এই উত্তাপ ৰােধ কৰাৰ
উপায় সমূহ কি কি?
Answers
Answered by
4
Answer:
প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ বায়ুৰ স্বাভাৱিক উষ্ণতা বৃদ্ধি হোৱা প্রক্রিয়াটোকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়।
গছ-গছনি ৰুই, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰি গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি।
mark this answer as Brainlist
Similar questions