Art, asked by kinamduttagmailcom, 9 months ago

(চ) অসম সংগীত কোনেৰচনা কৰিছিল ?
(ছ) প্রথম আহােম স্বৰ্গদেউ কোন?
(জ) অসমৰ মুঠ জিলা কেইখন ?
(ঝ) অসমীয়া দৈনিক বাতৰি কাকত এখনৰ নাম কি
(ঞ) অগ্নিকৰিকাক কোৱা হয়​

Answers

Answered by Stera
3

উত্তৰ

(চ) →অসম সংগীত লক্ষ্মীনাথ বেজবৰুৱা দেৱে ৰচনা কৰিছিল ।

(ছ)→ প্ৰথম অসম স্বৰ্গদেউ চুকাফা ।

(জ)→অসমৰ মুঠ জিলা ৩৩ খন ।

(ঝ) →অসমীয়া দৈনিক বাতৰি কাকত এখন হল অসমীয়া প্ৰতিদিন ।

(ঞ)→ চন্দ্ৰকুমাৰ আগৰৱালাক অগ্নিকৰি কোৱা হয় ।

Extra Information

  • Assamese is the state language of Assam and it is constitutionally accepted.

  • The above questions are of some general knowledge about Assam.

  • The question answers are about the state song of Assam “O mor aponar Dekh” written by Lakshminath Bezboruah , about the first Ahom king of Assam , about the daily newspapers of Assam .

Similar questions