Social Sciences, asked by alamrahul217, 9 months ago

শুদ্ধ উত্তৰটো বাছি উলিওৱা
১। বংগ ভংগ
প্ৰস্তাৱ অনুমােদনৰ সময়ত ভাৰত সচিব আছিল-
ক) লর্ড কেনিঙ
খ) লর্ড কার্জন
গ) জন ব্রডৰিক
ঘ) এ ফেলাৰ
২। বংগ ভংগ আঁচনিৰ চতুর্থ দফা মতে বংগ বিভাজন পৰিকল্পনা কার্যকৰী কৰাৰ সিদ্ধান্ত হৈছিল-
ক) 1905 চনৰ 7জুনত
খ) 1905 চনৰ16অক্টোবৰত
গ) 1903 চনৰ 9জুনত ঘ) 1906 চনৰ 16অক্টোবৰত
৩।কোনজন ব্রিটিছ ভাইচৰ্যৰ শাসনকালত বংগভংগ আঁচনি কার্যকৰী হৈছিল-
ক) লর্ড কার্জন খ) লর্ড নর্থব্রুক
গ) লর্ড ৰিপন ঘ) লর্ড কেনিঙ
৪।"বঙালী নাৰী ইংৰাজৰ কাৰণে সকলােতকৈ দুর্দম আৰু বিপজ্জনক। " এনেদৰে প্ৰকাশ পােৱা লও
কাকতখন হ'ল-
ক) ডি ডন
খ) ডেইলী টেলিগ্রাফ
যুগান্তৰ
ঘ) হিতবাদী​

Answers

Answered by XxCharmingGuyxX
0

Answer:

1) লৰ্ড কার্জন

2)১৯০৫ ১৬ অক্টোবৰ

3) লৰ্ড কার্জন

4) ডেইলী টেলিগ্রাফ

Similar questions