English, asked by bijaybarman669, 10 months ago

অসম নামটো কেনেকৈ উৎপত্তি হৈছে​

Answers

Answered by XxCharmingGuyxX
1

Answer:

আদিতে অসমৰ মাটি বা ভূমি ওখোৰা মোখোৰা বা অসমান আছিল৷ ইয়াৰ অসমান শব্দৰ পৰা অসম আহিছে

Answered by hemantabaruah23
2

Answer:

কোনো কোনো পণ্ডিতৰ মতে হা-চোম শব্দৰ সংস্কৃত কৰণৰ জড়িয়তে অসম নামৰ উৎপত্তি হৈছে। আকৌ, প্ৰাচীন কালত অসমৰ ভূ-ভাগ অসমান আছিল সেইবাবে অসমৰ নাম অসম হয়।

mark this answer as Brainlist answer

Similar questions