Social Sciences, asked by wwwsimikonwar, 5 months ago

সব্বপল্লী ৰাধাকৃষ্ণণ শিক্ষা দৰ্শন

Answers

Answered by vimaloo7
0

Answer:

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ (তেলেগু: సర్వేపల్లి రాధాకృష్ణ; তামিল: சர்வபள்ளி ராதாகிருஷ்ணன்; ইংৰাজী: Sarvepalli Radhakrishnan) (এই শব্দটোৰ বিষয়ে উচ্চাৰণ (সহায়·তথ্য)) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল[1] (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল।

Similar questions