India Languages, asked by minarajbongshi198675, 6 months ago

গতি বিষয়ৰ আতাইবোৰ সূত্ৰ লিখি উদাহৰন দিয়া ​

Answers

Answered by XxCharmingGuyxX
0
  • গতি বিষয়ক প্ৰথম সূত্ৰ – গতি বিষয়ক প্ৰথম সূত্ৰ নুসৰি কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ৷

  • গতি বিষয়ক দ্বিতীয় সূত্ৰ – গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি বস্তু এটাৰ ভৰবেগৰ পৰিবৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমাণুপাতিক ৷

  • গতি বিষয়ক তৃতীয় সূত্ৰ – গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে ৷
Similar questions