Science, asked by sarmahananda475, 5 months ago

ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।
দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় ?
খালী হহি পৰকৰাঃ
(ক) সুদীর্ঘ সময় ধৰি লােৱা ৰতৰৰ গড়ক
বােলে।
(খ) এখন ঠাই যতবৰষুণৰ পৰিমাণ কম উষ্ণতা গােটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু
তলৰ অঞ্চলৰােৰৰ জলবায়ু প্ৰকাৰৰ আভাস দিয়া
(গ) ৰাজস্থান
(ঘ) উত্তৰ-পূব ভাৰত
বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয় ?
তলত উল্লেখ কৰাবােৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্যঃ​

Answers

Answered by paporisaikia
2

Answer:

1,ঠাই খনৰ আৰ্দ্ৰ তা

2উষ্ণতা

3 বতাহৰ গতিবেগ

4ঠাই খন ৰ সাগৰ পৰা দুৰত্ত

ক,জলবায়ু

খ,উষ্ম

ঘ,নাতিশীতোষ্ণ

বতৰ সঘনে পৰিবৰ্তন হয় ।

Similar questions