১। উদ্ভিদ কোন অংশই খাদ্য প্রস্তুত কৰে? প্রক্রিয়াটোৰ নাম লিখা।
Answers
Answered by
0
Answer:
উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। উদ্ভিদৰ পাতত থকা পত্রহৰতিত এই প্ৰক্ৰিয়াটো সংঘটিত হয় আৰু ইয়াক সালোক-সংশ্লেষণ বোলা হয়।
mark this answer as Brainlist
Similar questions