English, asked by jonabali0485, 4 months ago

এমিবাই খাদ্য গ্ৰহন করা প্রক্রিয়াটোর নাম কি

Answers

Answered by parthasial
2

এমিবা (ইংৰাজী: Amoeba) শব্দটো গ্ৰীক ভাষাৰ "এম'বি" (amoibe) শব্দৰপৰা আহিছে,যাৰ অৰ্থ হ'ল "পৰিৱৰ্তন"। ১৭৫৫ চনত ৰ'ছেল ফন ৰ'ছিনহফ (Rossel von Rosenhoff) এ এমিবা আৱিষ্কাৰ কৰে। এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী। এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী। ইহঁতৰ দেহ অলপ প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত। মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হ'লেও এমিবাই শ্বসন,পুষ্টি,ৰেচন,প্ৰজনন আদি যাৱতীয় জৈৱিক-কাৰ্য সম্পন্ন কৰে। বহুকোষী প্ৰাণীবোৰৰ দৰে আকাৰগত জটিলতা নাথাকিলেও ইহঁতৰ জীৱন-ক্ৰিয়াত যথেষ্ট জটিলতা দেখা যায়.

এমিবাৰ দেহৰ আকৃতি সঘনাই পৰিৱৰ্তন হৈ থাকে,কাৰণ ইয়াৰ দেহৰপৰা বিভিন্ন দিশত আঙুলিৰ দৰে ভোটা কিছুমান প্ৰক্ষেপণ (projection) ওলায় নাইবা প্ৰক্ষেপণবোৰ নোহোৱা হৈ যায়। এই প্ৰক্ষেপণবোৰক কূটপদ (pseudopodia; pseud-fal) বোলা হয়। কূটপদৰ সহায়ত এমিবাই খাদ্য গ্ৰহণ কৰা তথা চলন ক্ৰিয়া সম্পন্ন কৰে। এমিবা প্ৰটিয়াছৰ কূটপদ দীঘল,ভোটা আৰু সন্মুখপ্ৰাপ্ত কিছু ঘূৰণীয়া আকাৰৰ হোৱা বাবে ইয়াক ল'ব'প'ডিয়া (lobopodia) বোলা হয়।

Jak ekta bangali pelam.

Hope it helps

Answered by Anonymous
4

Answer:

ফ্যাগোসাইটোসিস।

Hope it's useful for you..

Thanks, follow me &mark it's brainliest.

Similar questions