চমুটোকা লিখা -বৰৰজা ফুলেশ্বৰী
Answers
Answered by
13
প্ৰশ্ন-চমুটোকা লিখা - বৰৰজা ফুলেশ্বৰী
উত্তৰ-
বৰৰজা ফুলেশ্বৰী- ফুলেশ্বৰী আহোম ৰজা শিৱ সিংহৰ ৰাণী আছিল। তেওঁৰ আচল নাম ফুলমতি আছিল। ৰজা শিৱয়েই বিবাহ কৰাৰ পিছত তেওঁৰ নাম ফুলেশ্বৰী ৰাখে। ৰজা শিৱ সিংহৰ দিনত বৰকুৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল।তেওঁৰ দিনত শাত্ত ধম ই অধিক গা কৰি উঠিবলৈ সুবিধা পালে। এটা সময়ত ৰাজআজ্ঞামতেই শূদ্ৰ মহন্তসকলৰ ওপৰত নিযাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ জুলুমকৈ শাত্ত পূজা ত ভাগ লৈ বলিৰ তেজৰ ফোট লবলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়
In English-
Question- Write a short note on Bar Raja Phuleswari
Answer-
Bar Raja Phuleswari-Phuleswari was a queen of Ahom King Siva Singha.Her original name was Phulmati.King Siva Singha married her and named as Phulmati.During the reign of Siva Singha, queen Phuleswari known as Bor Raja became very powerful .Shaktism got the opportunity to flourish during this time.The Sudra Mahantas were repressed on royal orders.Examples of how,even the disciples were tortured and forced to were tilak from the blood of sacrificed animals have also been found.
Similar questions