CBSE BOARD X, asked by arifahmed7520, 4 months ago

ঘ) নামঘােষাৰ আন এটা নাম কি?​

Answers

Answered by hemantabaruah23
2

Answer:

নামঘােষাৰ আন এটা নাম হ'ল হেজাৰী ঘোষা। নামঘােষাত এহেজাৰটা ঘোষা থকা বাবে হেজাৰী ঘোষা বোলা হয়।

mark this answer as Brainlist

Similar questions