সাহিত্য সৌৰভ
আৰ্হি প্রশ্ন
১।
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক— ১)
মাধৱ কন্দলি কোন যুগৰ শ্রেষ্ঠ কবি?
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
৩। অপ্রমাদী’ শব্দৰ অর্থ কি ?
৪। ইন্দ্রজিৎ কোন আছিল ?
ৰাৱণৰ পত্নীৰ নাম কি আছিল ?
Answers
Answered by
2
Answer:
১। মাধৱ কন্দলি প্ৰাক শংকৰী যুগৰ শ্রেষ্ঠ কবি।
২। সীতাক হৰণ কৰি নি ৰাৱণে অশোক বনত বন্দী কৰি ৰাখিছিল।
৩। অপ্রমাদী’ শব্দৰ অর্থ হ'ল ভ্রান্তিহীন।
৪। ইন্দ্রজিৎ ৰাৱণৰ পুত্ৰ আছিল।
৫। ৰাৱণৰ পত্নীৰ নাম মন্দোদৰী ।
mark this answer as Brainlist
Similar questions