Art, asked by wwwrinkuahmed123, 6 months ago

* একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা
আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।'—কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত
বুজাই লিখা।​

Answers

Answered by geetalibora19
3

Answer:

প্ৰায় প্ৰতিগৰাকী মানুহেই নিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাত-প্ৰতিঘাতক অদম্য মনোবল,অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলোক আনৰ বাবেও আদৰ্শ হৈ ৰয়। এনে কৰ্মসিদ্ধিৰ বাবে তেওঁলোকক নিতান্তই প্ৰয়োজন হয় একো একোখন সহায়ৰ হাত, অলপ সহমৰ্মিতা আৰু আশ্বাসৰ । নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সিদ্ধি লাভ কৰা অনেক উদাহৰণ ইতিহাসৰ পাতত আছে।

Similar questions