ক) পানী গােটমাৰিলে বৰফ হয়।(জটিল বাক্যলৈ নিয়া )
খ) তুমি যেতিয়া আহিবা মই তেতিয়া যাম ।( সৰল বাক্যলৈ নিয়া)
০
Answers
Answered by
0
Answer:
I CAN'T UNDERSTAND YOUR LANGUAGE PLEASE IN ENGLISH OR HINDI
Answered by
0
Answer:
ক) পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়। খ) তুমি আহিলে মই যাম।
Similar questions