১। প্রত্যয় বুলিলে কি বুজা? কৃৎ প্রত্যয় কাক বােলে?
২। গুণ, বৃদ্ধি, সম্প্ৰসাৰণ, উপধা কাক বােলে? উদাহৰণ দি বুজাই দিয়া
৩। বাচ্য বুলিলে কি বুজ? প্রত্যয়ৰ বাচ্য কেইবিধ আৰু কি কি? উদাহৰণ
দি বুজাই দিয়া।
৪। বিশেষ্য আৰু বিশেষণ পদ কি কি প্রত্যয়ৰ যােগেদি গঠন কৰিব পাৰি
উদাহৰণ দিয়া।
৫। তলত দিয়া পদবােৰৰ প্রত্যয় আৰু বাচ্য স্থিৰ কৰাঁ ।
বিদ্যা, নায়ক, পাঠ্য, বাঢ়নী, কৰোতা, দেয়, লিখক, জ্বলন্তু, বাছনি, বিচনী,
পলৰীয়া, সাঁচনিয়াৰ, কাৰা, দৃশ্যমান, পুত্র, মন্ত্রী, সেৱক, জীৱ, নয়ন, বিলনীয়া, বুলনী,
ঢালী, লিখনি, নৰহত্যা, শক্তি, ভক্তি, স্থান, ৰসনা, যন্ত্রণা, ব্র।
৬। তলৰ প্ৰত্যয়কেইটি কি অর্থত ব্যৱহাৰ হয় লিখা আৰু একোটাকৈ উদাহৰণ
দিয়া :
- শানচ, – অনি, - অনীয়া, - ও, - ওঁতা, - তৃছ, - ড, ঘ,
আঁতী, - অ, - ই, - ইব, - অন্তু, ল (অন) - শত্,
তু, - ইয়া, - উৰা, - ইলত, - অতি, - জিন, - অল, - আ, অন।
Answers
Answered by
3
Explanation:
১। প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণসমষ্টি যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে,তাকেই প্ৰত্যয় বোলে ।
ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্ৰত্যয় বোলে।
Similar questions