হৰপ্পা সভ্যতা লিপি সমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা
Answers
Answer:
হৰপ্পা (IPA: [ɦəɽəppa]) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ আৰু ই চাহিৱালৰ পৰা প্ৰায় ২৪ কি:মি: (১৫ মাইল) পশ্চিমত অৱস্থিত। উত্তৰ দিশত প্ৰায় ৮ কি:মি: দূৰেৰে বৈ যোৱা ৰবি নদীৰ কাষৰীয়া আধুনিক যুগৰ গাঁও এখনৰ পৰা ক্ষেত্ৰখনৰ নামটো লোৱা হৈছে। বৰ্তমানৰ এই গাঁওখন ঐতিহাসিক হৰপ্পাৰ পৰা ১ কি:মি: দূৰত্বত অৱস্থিত। আধুনিক কালৰ হৰপ্পা প্ৰায় ১৫,০০০ মানুহৰ বসতিৰে এখন সৰু চহৰ আৰু ইয়াত ইংৰাজৰ দিনৰে এটা ৰেলৱে ষ্টেচন আছে।
হৰপ্পা
View of Granary and Great Hall on Mound F - Archaeological site of Harappa.jpg
হৰপ্পাৰ শস্যৰ গুদাম আৰু সভাঘৰৰ দৃশ্য
অৱস্থিতি
চাহিৱাল জিলা, পাঞ্জাব, পাকিস্তান
প্ৰকাৰ
আবাসিক এলেকা
অংশ
সিন্ধু সভ্যতা
বিস্তৃতি
১৫০ হেক্টৰ
ইতিহাস
সভ্যতা
সিন্ধু সভ্যতা
অতিৰিক্ত তথ্য
বৰ্তমানৰ অৱস্থা
ধ্বংসপ্ৰাপ্ত
দেশ
পাকিস্তান
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ
উপলব্ধ
ৱেবছাইট
www.harappa.com
এই ঠাইখণ্ডত ব্ৰঞ্জ যুগতেই সিন্ধ আৰু পাঞ্জাৱক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সিন্ধু সভ্যতাৰ দুৰ্গৰে পৰিৱেষ্টিত নগৰ এখনৰ ধ্বংসাৱশেষ পোৱা যায়।[1] আনুমানিক হিচাপ অনুসৰি পূৰ্ণাংগ কালছোৱাত (খ্ৰীষ্টপূৰ্ব ২৬০০-১৯০০) নগৰখনৰ মুঠ আবাসীৰ সংখ্যা আছিল প্ৰায় ২৩,৫০০ গৰাকী আৰু সেই সময়ৰ হিচাপত ইয়াক বৃহৎ বুলি ক'ব পাৰি। তেওঁলোকে প্ৰায় ১৫০ হেক্টৰ অঞ্চলজুৰি মাটিৰে নিৰ্মিত ইটাৰে সজা ঘৰত বাস কৰিছিল।[2][3] পুৰাতাত্বিক নীতি অনুসৰি পূৰ্বতে জ্ঞাত নোহোৱা কোনো সভ্যতাৰ নামকৰণ ইয়াৰ প্ৰথমটো খননক্ষেত্ৰৰ নামেৰে ৰখাৰ বাবে সিন্ধু সভ্যতাক হৰপ্পাৰ সভ্যতা বুলিও জনা যায়।
ভগ্নাৱশেষৰ ইটাসমূহ লাহোৰ-মূলটান ৰেলপথৰ চিৰি সাজিবলৈ ব্যৱহাৰ কৰাৰ বাবে ইংৰাজ শাসনকালত ঐতিহাসিক হৰপ্পাৰ বিস্তৰ ক্ষতিসাধন হয়। ২০০৫ চনত উক্ত ঠাইৰপৰা এক বিতৰ্কিত প্ৰমোদ-উদ্যানৰ নিৰ্মাণকৰোঁতাই নিৰ্মাণকাৰ্যৰ আৰম্ভণিতে বহুকেইটা পুৰাতাত্বিক অৱশেষ উঠাই পেলায়।[4] পিছলৈ এই নিৰ্মাণকাৰ্য স্থগিত কৰা হয়।
Answer:
Hope it will help you........
