Math, asked by rezaulaslam382, 5 months ago

আজিৰপৰা পাঁচ বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ তিনিগুণ হ’ব। পাঁচ বছৰ
আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ সাতগুণ আছিল। তেওঁলােকৰ বর্তমান বয়স কিমান ?​

Answers

Answered by kubidgogoi58
1

জেকবৰ বয়স = 40 বছৰ

পুত্ৰৰ বয়স = 10 বছৰ

Attachments:
Similar questions