India Languages, asked by kabyashreeborgohain9, 5 months ago

বাক্য সাজা।
ক) সন্তোষ :
খ) শলাগ :
গ) পুৰস্কাৰ :
ঘ)কোঢ়াল :
ঙ) উপদ্ৰৱ :​

Answers

Answered by geetalibora19
18

Explanation:

ক) সন্তোষ: তেখেত সুন্দৰ ভাৱে ঘূৰি অহাত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে ।

খ) শলাগ: লোকৰ কামত নিজে শলাগ প্ৰকাশ কৰিব নালাগে।

গ) পুৰস্কাৰ: তাই পৰীক্ষাত ভাল ফলাফল পোৱাৰ বাবে এটি পুৰস্কাৰ পাইছে।

ঘ)কোঢ়াল:শ্ৰেণীত অধিক কোঢ়াল সৃষ্টি কৰিব নালাগে।

Answered by bikrammajumdar8747
0

Answer

Explanation:

সন্তান

Similar questions