India Languages, asked by jaminulmostofa, 6 months ago


কিৰণ নিধি যােজনাৰ মানুহজন
কোনাে এজন মানুহৰ মৃত্যুত
পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে ?​

Answers

Answered by vimlabai0101
0

Answer:

Can you write in English or hindiii........

Answered by vEnus289
0

Question:

  • কিৰণ নিধি যােজনাৰ মানুহজন কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে ?

Answer:

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত প্ৰতিমাৰ খনিকৰ কবি 'চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ' মানব বন্দনাʼনামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।

মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।

 \:

মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।

Similar questions